প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ কৃতজ্ঞতা আৰু স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা অধ্যক্ষ অশোক ভট্টৰায় Video 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ কৃতজ্ঞতা আৰু স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা অধ্যক্ষ অশোক ভট্টৰায়

গুৱাহাটীৰ অসম খবৰ ২১ অক্টোবৰ :

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ ভিতৰতে এক বিৰল অভিলেখ সৃষ্টি কৰি ক’ভিড মহামাৰীৰ সময় ছোৱাত সমগ্ৰ দেশতে ১০০ কোটিৰো অধিক বিনামূলীয়াকৈ ক’ভিড প্ৰতিষেধক প্ৰদান কৰি এক অভিলেখ সৃষ্টি কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বধীন চৰকাৰ খনে। ইফালে দেশৰ এই ভয়াবহতা সময় চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যি সহায় সহযোগিতা কৰিলে তাৰ বাবে
অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

লগতে ক’ভিড মহামাৰীৰ সময় চোৱাত দেশৰ জনগণক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত প্রতিটো মূহুৰ্তত স্বাস্থ্য কৰ্মী সকলে ক’ভিড প্ৰতিষেধক প্ৰদান কৰা প্ৰতিজন চিকিৎসক,স্বাস্থ্য কর্মী তথা ক’ভিড যোদ্ধা সকলকো ধন্যবাদ আৰু কৃতজ্ঞতা কৰিছে ভট্টৰায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.