Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

প্ৰদীপ দত্ত ৰায়ক সদৌ অসম ছাত্র সন্থাই জ্বলালে বিশ্বনাথ নগৰত ::

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

প্ৰদীপ দত্ত ৰায়ক সদৌ অসম ছাত্র সন্থাই জ্বলালে বিশ্বনাথ নগৰত ::

শুক্ৰবাৰে বিশ্বনাথ নগৰত বিশ্বনাথ সদৌ অসম ছাত্ৰ সন্থা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অসমত অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰে বাৰে ষড়যন্ত্ৰ কৰাৰ সাহস কৰা ডেমক্ৰেটিক ফ্ৰণ্ট নামৰ বাঙালী সংগঠনৰ দায়িত্বত থকা প্ৰদীপ দত্ত ৰায় নামৰ লোকজনৰ প্ৰতিকৃতি দাহ কৰি বিশ্বনাথ নগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছূয়ে।

এই প্ৰদীপ দত্ত নামৰ লোকজনে প্ৰধানমন্ত্ৰী ফটো সম্বলিত এখন হৰ্ডিঙত অসমীয়া ভাষা লিখাৰ বাবে সেই বিজ্ঞাপনৰ ফলক ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাই পেলাবলৈ তেওঁ হুংকাৰ দিছিল।

যাৰ বাবে এতিয়া গৰজি উঠিছে বিভিন্ন জাতীয় দল সংগঠন।তাৰ সমান্তৰাল ভাবে বিশ্বনাথ আছুয়েও আজি সন্ধ্যা বিশ্বনাথ নগৰত প্ৰদীপ কৰিবলৈ দাবী জনাই।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °