Friday, May 16, 2025
27.3 C
Guwahati

পদ্মশ্ৰী সন্মানেৰে বিভূষিত দুলাল মানকিলৈ অসম চাওঁতালী সাহিত্য পৰিষদৰ অভিনন্দন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসমৰ সংগীত জগতৰ অভূতপূৰ্ব অৱদান আগবঢ়োৱা আদিবাসী সমাজৰ বিশিষ্ট প্ৰবীন কণ্ঠশিল্পী তথা ঝুমইৰ সম্ৰাট দুলাল মানকিয়ে ভাৰত চৰকাৰৰ পৰা চলিত বৰ্ষৰ দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান লাভ কৰাত অসম চাওঁতালী সাহিত্য পৰিষদে শিল্পী গৰাকীলৈ উষ্ম অভিনন্দন জনাই ৷

যোৱা ৯নৱেম্বৰত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দয়ে প্ৰদান কৰা এই সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি তথা ভাৰত চৰকাৰলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে অসম চাওঁতালী সাহিত্য পৰিষদে ৷

কাকতলৈ দিয়া এক প্ৰেছ বিবৃতি যোগে জানিব দিয়া অনুসৰি চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক ৰমেশ চন্দ্ৰ চৰেণে উল্লেখ কৰি কয় যে সময়োপযোগী এজন উপযুক্ত শিল্পীক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে ৷

চৰকাৰৰ এই মহানুভৱতাৰ বাবে অসম চাওঁতালী সাহিত্য পৰিষদে চিৰদিনে কৃতজ্ঞ হৈ ৰৱ ৷ সংগীত জগতৰ কালজয়ী ঝুমইৰ গীত সমুহক উৎকৃষ্ট ৰূপত উপস্থাপন কৰা এক সুকীয়া মাত্ৰা প্ৰদান কৰা বিশিষ্ট কণ্ঠ শিল্পী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে সংগীতৰ জগতক আৰু এখোজ আগবঢ়াই লৈ যোৱাৰ শক্তি প্ৰদান কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সংগঠনটিৰ নেতৃত্ববৰ্গই ৷

- Advertisement -

Hot this week

The Weirdest Places Ashes Have Been Scattered in New Zeeland

Find people with high expectations and a low tolerance...

The Minimalism Movement Explained in Great Detail by Healh Experts

Find people with high expectations and a low tolerance...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Cover Girl Announces Star Shine Makeup Line is Due for Next December

Find people with high expectations and a low tolerance...

গোৱালপাৰাৰ ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অগ্রগতি লাভ

♦পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds