Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

নিশা বন্দুক উদ্ধাৰ বিহালী সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্যত।

- Advertisement -

নিশা বন্দুক উদ্ধাৰ বিহালী সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্যত।

 

- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ বিহালী ২৭ ডিচেম্বৰ ২০২৪::অসম অৰুণাচল সীমান্তত বিহালী বনাঞ্চলত এটা চোৰাং চিকাৰী দলে বনাঞ্চল খনৰ পশু পশী হত্যাৰ পৰিকল্পনাৰে ঘূৰি থকা তথ্য লাভ কৰিছিল বৰগাং বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই।
ইফালে এই খৱৰৰ ভিত্তিত বেদেতী বন শিৱিৰ আৰু কুলাগুৰি বন শিৱিৰৰ দায়িত্বত থকা বন পালক মনেশ্বৰ গাম আৰু সঞ্জীৱ নাথক খবৰ দিয়াত নিশা দুয়োটা শিৱিৰৰ বৃহৎ এটা বন কৰ্মীৰ দলে চোৰাং চিকাৰীৰ দলটোক দেখাৰ লগে লগে গুলী চালনা কৰাত আন্ধাৰৰ সুযোগ লৈ দলটো পলায়ন কৰে যদিও ঘটনাস্থলীৰ পৰা এটা বন্দুক আৰু টৰ্চ লাইট্ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, যোৱা কেইদিনমান পূৰ্বেও বিহালী বনাঞ্চল খনৰ পৰা বন বিভাগৰ দলে এটা বন্দুক উদ্ধাৰ কৰিছিল। বন বিভাগৰ সূত্ৰ অনুসৰি অৰুণাচলৰ একাংশ লোকে বনাঞ্চল খনত নিশা হাতত মাৰনাস্ত্ৰ লৈ প্ৰৱেশ কৰে বনাঞ্চল খনত আৰু বনাঞ্চল খনৰ বন গাহৰি, চৰাই, হৰিণ আদি হত্যা কৰাৰ পৰিকল্পনা কৰে যদিও বহু বাৰ বিফল হোৱা বুলি প্ৰকাশ কৰে বন বিভাগে ।

- Advertisement -

Hot this week

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °