Friday, May 23, 2025
27 C
Guwahati

নলবাৰী জিলাৰ বৰভাগত বিনামূলীয়াকৈ মাক্স বিতৰণ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাই সোমবাৰে অঞ্চলটোৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ মাক্স বিতৰণ কৰে।

উল্লেখ্য যে, সংগঠনটোৱে কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন লোৱা লোকসকলৰ সুবিধাৰ্থে বিভিন্ন সেৱা আগবঢ়োৱাৰ লগতে সোমবাৰে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক বিতৰণ কৰে।

কাৰ্যসূচীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাৰ সম্পাদক ৰঞ্জন বৈশ্য‌, ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য দিপাংকৰ ডেকা, বৰভাগ শাখাৰ সদস্য ক্ৰমে বেদান্ত শৰ্মা, ভাস্কৰ তালুকদাৰ,গগন বৰুৱা,হিৰন্ময় তালুকদাৰ, টুলটুল তালুকদাৰে সহযোগিতা আগবঢ়ায়।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
24.6 ° C
24.6 °
24.6 °
91 %
1.2kmh
66 %
Fri
25 °
Sat
36 °
Sun
31 °
Mon
26 °
Tue
29 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds