নলবাৰীত ভয়ঙ্কৰ অগ্নিকাণ্ড

Polytechnic College in Narayanpur

নলবাৰীত ভয়ঙ্কৰ অগ্নিকাণ্ড

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।চিকিৎসালয়ৰ “চলিড ৱেষ্ট মেনেজমেন্ট”ৰ গুদামত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

ক্ষন্তেকতে কলা ধোৱাই চানি ধৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়।

প্লাষ্টিকৰ চেলাইনৰ বটল থকা গুদামত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।এক নিশ্চিত বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়।

ৰোগীৰ মাজত আতঙ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

লবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.