নলবাৰীত বৃহস্পতিবাৰে কোভিড-১৯ত ১৩৪ গৰাকী আক্ৰান্ত

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
স্বাস্থ্য বিভাগে জনোৱা মতে, নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে কোভিড-১৯ত মুঠ ১৩৪ গৰাকী লোক আক্ৰান্ত হৈছে।

ইয়াৰে, ৰেপিড টেষ্টত ধৰা পৰিছে ১৩০ গৰাকী আৰু আৰ টি পি চি আৰত ধৰা পৰিছে ৪ গৰাকী লোক। আনহাতে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৮৭ গৰাকী, বেলশৰ মডেল হাস্পতালত ৩১ গৰাকী, আৰু হোম আইচোলেচনত আছে ১১৬৪ গৰাকী কোভিড-১৯ত আক্ৰান্ত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.