নলবাৰীত বজ্ৰপাত পৰি মহিলাৰ কৰুণ মৃত্যু

■ ভূঁই ৰুই থাকোঁতে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা

■ নলবাৰী জিলাৰ পূব-কালাগুচিৰ জাহা-চৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰিয়াত বজ্ৰপাত পৰি এগৰাকী ২৮ বছৰীয়া মহিলা নিহত হৈছে।

■ মহিলাগৰাকী নলবাৰী জিলাৰ জাহা চৰিয়া গাওঁৰ নিবাসী সঞ্জয় বেজবৰুৱাৰ পত্নী মধুস্মিতা বেজবৰুৱা বুলি জানিব পৰা গৈছে।

■ ভূঁই ৰুই থাকোতে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘাটনা।

■ মৃত মহিলাগৰাকীৰ এগৰাকী ১২ বছৰীয়া কন্যা সন্তান আৰু এটি ৫ বছৰীয়া ল’ৰা সন্তান আছিল বুলি জানিব পৰা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.