নলবাৰীত নতুনকৈ নহয় সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ

 

নলবাৰীত নতুনকৈ নহয় সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ

চৰকাৰে যধে মধে দিয়া মদৰ লাইচেন্সৰ বিৰোধিতা শাসক দলৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।

যধে মধে মদৰ দোকান হোৱা বাবে নলবাৰীৰ সামাজিক পৰিবেশ বিনষ্ট হৈছে।

গ্ৰামাঞ্চলত কলেজৰ ওচৰত ভিতৰুৱা গাঁৱত বাৰ বা মদৰ দোকান হোৱাতো উচিত নহয়।

পৰবৰ্তী নিৰ্দেশ নোহোৱালৈকে কোনো সুৰাৰ বিপনীৰ লাইচেন্স দিয়া নহয়।

ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.