নলবাৰীত ট্ৰাক চালকসহ জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

■ নিশা নলবাৰীত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
■ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান
■ এ আই বিৰ বিষয়া সুভাষ চন্দ্ৰ বৈশ্যৰ নেতৃত্বত অভিযান
■ নিশা ২.৩০ বজাত জব্দ ৮০০ কাৰ্টন অৰুণাচলী সুৰা
■ সুৰা সৰবৰাহ কৰা JH 09 N 5684 নম্বৰৰ ট্ৰাক জব্দ
■ আটক ট্ৰাক চালক
■ অৰুণাচলী সুৰাখিনি চিলাপথাৰৰ পৰা ঝাৰখণ্ড লৈ নি থকা হৈছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.