নলবাৰীত কংগ্ৰেছৰ বিশাল শোভাযাত্ৰা, নিৰ্বাচনী সভা

নলবাৰীত কংগ্ৰেছৰ বিশাল শোভাযাত্ৰা
নলবাৰীত কংগ্ৰেছৰ বিশাল শোভাযাত্ৰা

♦ফইজুল হক চৌধুৰী, নলবাৰীঃ
দেওবাৰে নলবাৰী কলেজ খেলপথাৰ পৰা নলবাৰী টাউনলৈ কংগ্ৰেছ দলে এক বিশাল শোভাযাত্ৰা উলিয়ায়।

নলবাৰীত কংগ্ৰেছৰ বিশাল শোভাযাত্ৰা, নিৰ্বাচনী প্ৰচাৰ

৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ নেতৃত্বত কংগ্ৰেছ দলৰ সমৰ্থক আৰু সাধাৰণ জণগনক লগত লৈ নলবাৰীত এক চমক সৃষ্টি কৰে নলবাৰী কংগ্ৰেছ দলৰ কৰ্ম কৰ্তাৰ লগতে নলবাৰী অঞ্চলৰ বিভিন্ন স্তৰৰ ৰাইজে।

নলবাৰীত কংগ্ৰেছৰ বিশাল শোভাযাত্ৰা, নিৰ্বাচনী সভা।

শোভাযাত্ৰাত প্ৰদ্যুৎ কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় নেত্ৰী অলকা লম্বা আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা বিধানসভাৰ সাংসদ তথা যুৱ নেতা গৌৰৱ গগৈয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.