নলবাৰীত অসম জীয়ৰী লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা

● অসম যুৱ পৰিষদ নলবাৰী জিলা সমিতিয়ে আজি বিয়লি অসম গণ পৰিষদৰ স্থায়ী কার্যলয়ৰ বাকৰিত এক বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অসম জীয়ৰী লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনায়।

অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দীপক ৰাজবংশী, সাধাৰণ সম্পাদক জাহিৰ আলম চৌধুৰী আৰু হিমাংশু ডেকা, নলবাৰী যুৱ পৰিষদৰ উপদেষ্টা কনক দাস,মনোজ কুমাৰ শৰ্মা,জিলা সাধাৰণ সম্পাদক গকুল মহন্ত,সহকাৰী সম্পাদক জোন দাস আৰু বিষয়ববীয়া সকল।

তেওঁলোকে এই অনুষ্ঠানৰ যোগেদি লাভলীনা বৰগোহাই লৈ শুভেচ্ছা জনায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.