31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

    নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন বৈঠক, য’ত অংশগ্ৰহণ কৰিছে প্ৰায় ২৮ হাজাৰ লোকে।

    নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন বৈঠক, য’ত অংশগ্ৰহণ কৰিছে প্ৰায় ২৮ হাজাৰ লোকে।

    দেশত স্বচ্ছ আৰু নিকাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নতুন নতুন কৌশল লৈ বুধবাৰে গুৱাহাটীত ভাৰতৰ নিৰ্বাচন আয়োগৰ সহকাৰী সঞ্চালক অপূৰ্ব কুমাৰৰ সৈতে সংবাদিকৰ মত-বিনিম়য় অনুষ্ঠান অনুষ্ঠিত হয়। য’ত অংশগ্ৰহণ কৰে ২৮টাকৈ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে। এই মত বিনিময় অনুষ্ঠানত চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ১০ জুনলৈ ভাৰতৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে আয়োগৰ সহকাৰী সঞ্চালকগৰাকীয়ে কিছুমাহৰ পাছতে হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচন, অসম আৰু পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ২৩টাকৈ নতুনত্ব আনিব নিৰ্বাচন আয়োগে। ভোটাৰৰ বাবে এতিয়াৰে পৰা থাকিব মোবাইল ডিপ’জিটৰ সুবিধা। একোটা ভোট কেন্দ্ৰত থাকিব ১২০০কৈ ভোটাৰ। কল’নী থকা অঞ্চলত থাকিব ভোটিং চেন্টাৰ।

    নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন বৈঠক, য’ত অংশগ্ৰহণ কৰিছে প্ৰায় ২৮ হাজাৰ লোকে।

    নতুন পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৩ হাজাৰ ছুপাৰ ভাইজ’ৰক প্ৰশিক্ষণ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। আন ১ লাখ বি এল এ ছুপাৰ ভাইজ’ৰক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবেও নিৰ্বাচন আয়োগে চলাই আছে প্ৰস্তুতি। বৰ্তমান ৰাজ্যত আছে ২ কোটি ৪৮ লাখ ভোটাৰ। বৰ্তমান আছে ২৯,৫৬৫টা পোলিং ষ্টেচন। নতুন পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিলে অসমত ২০২৬চনত বৃদ্ধি পাব ৩ৰ পৰা ৪ হাজাৰ পোলিং ষ্টেচন। তাৰ লগতে সাংবাদিকেসকলকো তথ্য লাভৰ ব্যৱস্থা কৰিব নিৰ্বাচন আয়োগে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.