নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্যকৰ্মী ৰাজীৱ নাথক সম্বৰ্ধনা জিলা প্ৰশাসনৰ::

 

নগৰীয়া স্বাস্থ্য কেন্দ্ৰ
স্বাস্থ্যকৰ্মী ৰাজীৱ নাথক সম্বৰ্ধনা জিলা প্ৰশাসনৰ::

স্বাস্থ্য কৰ্মী ৰাজীৱ নাথ

৭৫ তম স্বাধীনতা দিৱসৰ। লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে সমাজলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱা বহু কেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই স্বাধীনতা দিৱসত।
বিশেষকৈ এই সন্মান লাভ কৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয় অধীনৰ তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য কৰ্মী তথা লেব’টৰি টেকনিচিয়ান ৰাজীৱ নাথে।

কভিড যুদ্ধা হিচাপে নিজকে নিয়োগ কৰি জনসাধাৰণক সেৱা আগবঢ়োৱা ৰাজীৱ নাথক স্বাধীনতা দিৱস দিনাই জিলা প্ৰশাসনৰ তৰফৰ পৰা ফুলাম গামোচা এখন সম্বৰ্ধনা পত্ৰ লগতে অসমীয়া জাতিয় প্ৰতীকেৰে সম্বধন জনাই শোণিতপুৰ জিলা প্ৰশাসনে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.