Saturday, May 24, 2025
33 C
Guwahati

ধুবুৰীত ধুবুৰী জিলা আমছুৰ বাৰ্ষিক অধিৱেশনঃ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦বিধান সভা নিৰ্বাচনত আমছুয়ে প্ৰতিনিধিত্ব কৰিব
♦বিজেপিয়ে সংখ্যাঘলু মানুহক প্ৰতাৰণা কৰিছে
♦পুনৰবাৰ ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন শেখ নিৰ্বাচিত

গৌৰিপুৰৰ পৰা আনিছুৰ আলিঃ ধুবুৰীত ধুবুৰী জিলা আমছুৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আমছুৰ ভেটি শক্তিশালী কৰাৰ লক্ষৰে প্ৰতিটো জিলা সমিতি গঠন কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ অসম-বংগ সীমান্ত গোলকগঞ্জত সাধাৰণ সভাৰ লগতে প্ৰতিনিধিত্ব মূলক সভাৰ আয়োজন কৰে। সভাখনত ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে পুনৰবাৰ আব্দুল বাতেন শেখক নিৰ্বাচিত কৰাৰ পূৰ্ণাংগ কমিটী গঠন কৰে।

আমছুৰ কেন্দীয় উপ-সভাপতি খাইৰুল হকৰ মতে ৰাজনৈতিক দল সমূহে সংখ্যাঘলু মানুহক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সেয়ে আগন্তুক বিধান সভা নিৰ্বাচনত আমছুয়ে প্ৰতিনিধিত্ব কৰাৰ ইংগিত দিয়ে। বাতেনে পূৰ্বতে বাল্য বিবাহ, কু সংস্কাৰ, শিক্ষা আদিৰ ক্ষেত্ৰত আগভাগ লৈছে।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds