তেজপুৰত অবৈধ জুৱা খেলুৱৈ বিৰুদ্ধে অভিযান :

 

তেজপুৰত অবৈধ জুৱা খেলুৱৈ বিৰুদ্ধে অভিযান :

 

গোপন সুত্ৰৰ ওপৰত ভিত্তি কৰি তেজপুৰ থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া নেতৃত্বত দিকৰাইজান গাঁৱত চলি থকা অবৈধ জুৱা খেলৰ বিৰুদ্ধে  অভিযান চলাই উৎখাত কৰে জুৱা খেল।

ইফালে আৰক্ষীয়ে দিকৰাইজানৰ নিৱাসী নৱেদ আলী নামৰ এজন লোকক আটক কৰাৰ লগতে তেওঁৰ পৰা ২৩৬০০ টকা নগদ ধন, ২ টাকৈ মোবাইল ফোন আৰু ৪৯ খনকৈ তাচ পাত উদ্ধাৰ কৰে।
অবৈধ জুৱা/ তিৰ খেল আদি উৎখাত কৰি এখন সুস্থ সমাজ গঢ় দিবলৈ শোণিতপুৰ আৰক্ষী অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.