31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ডুমডুমা চহৰৰ মাজমজিয়াত একেটা দিনতে ২ খনকৈ পাৰ্লাৰ শুভাৰম্ভ

    ■ ময়ূৰ বৰগোহাঁই, ডুমডুমাঃ ৬ মে’ তাৰিকে পুৱা ৯ বজাত ডুমডুমা চহৰৰ মাজ মজিয়াত এখন ইউনিসেক্স বিউটি পাৰ্লাৰ শুভাৰম্ভ কৰা হয়। উক্ত দিনটোতে ৰূপাইত আন এখন পাৰ্লাৰৰো উদ্বোধন কৰা পাৰ্লাৰৰো। দুয়োখন পাৰ্লাৰৰে উদ্বোধন কৰে কণ্ঠ শিল্পী প্ৰিয়ংকা ভৰালীয়ে।

    ডুমডুমা চহৰৰ মাজমজিয়াতে প্ৰতিষ্ঠা কৰা অনুষ্ঠানটিৰ স্বতধিকাৰ লুইত গগৈ আৰু ৰূপাই প্ৰতিষ্ঠান খনৰ স্বতধিকাৰ মৌচুমী দত্ত দাস।

    প্ৰতিষ্ঠানখনৰ বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ আঁত ধৰি নিয়ে বিশিষ্ট সাহিত্যিক শ্ৰীযুত শৰৎ চিৰিং ফুকনে। দুয়োখন পাৰ্লাৰৰে শুভাৰম্ভণি অনুষ্ঠান সুন্দৰকৈ সু-সজিত কৰি তোলাৰ লগতে পৰিচালনা কৰে curative dawar events and entertainment  নামৰ এটি নৱতম প্ৰতিষ্ঠানে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.