Saturday, July 12, 2025
27.5 C
Guwahati
TOP NEWS:

জালুকবাৰী বিধানসভা সমষ্টিত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ

- Advertisement -

কামৰূপ মহানগৰঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত পাণ্ডু ৰে’লৱে ষ্টেডিয়ামত আজি সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণ ২.০ ৰ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰক্ষী বিষয়া তথা খেল মহাৰণ ২.০ ৰ জালুকবাৰী সমষ্টিৰ অধ্যক্ষ হেমন্ত চৌধুৰীয়ে খেল মহাৰণ ২.০ৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে জালুকবাৰী বিধানসভা সমষ্টিত গাওঁ পঞ্চায়ত/ইউ এল বি/ৱাৰ্ড/ডি চি ডি চি/এম এ চি পৰ্যায়ৰ এই খেল মহাৰণ ২.০ প্ৰতিযোগিতা সম্পন্ন হ’ব।

আজি এথলেটিকছ, ফুটবল, কাবাদী, দবা খেল, চাইকেল চলোৱা খেল অনুস্থিত হয়। আজিৰ এই উদ্বোধনী অনুষ্ঠানত জালুকবাৰী সম-জিলা আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী, বিশিষ্ট খেলুৱৈ,আগশাৰীৰ নাগৰিক আৰু প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে।

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °