Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

জালুকবাৰী জাতীয় বিদ্যালয়ত কুইজ-চিত্ৰাংকন প্ৰতিযোগিতা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জালুকবাৰীঃ গুৱাহাটীৰ জালুকবাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আজি জালুকবাৰী জাতীয় বিদ্যালয় চৌহদত এখন কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাখন পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক গণেশ দাসে। চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী চিত্ৰশিল্পী ডিম্পী বৰুৱা আৰু প্ৰাক্তন ছাত্ৰ তথা গিৰিজানন্দ চৌধুৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ বৰ্তমানৰ বি ফাৰ্মৰ ছাত্ৰ হৃত্বিক দাস। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক অৰূপ তালুকদাৰ, ছাজিদ জিলানী, কৌশিক কুমাৰ ৰয় আৰু পম্পী বেজবৰুৱাই। কুইজ প্ৰতিযোগিতাত জালুকবাৰী জাতীয় বিদ্যালয়ৰ জীয়া ভৰলী দলে চূড়ান্ত বিজয়ী হʼবলৈ সক্ষম হয়। প্ৰতিযোগিতাত জালুকবাৰী জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ ভৱেশ দাস আৰু অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰী পৰ্যবেক্ষকৰূপে উপস্থিত থাকি প্ৰতিযোগী দলসমূহক শুভেচ্ছা জ্ঞাপন কৰে।

- Advertisement -

Hot this week

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °