Thursday, May 15, 2025
28.9 C
Guwahati

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিহালী আঞ্চলিক সমিতি গঠন :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

 

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিহালী আঞ্চলিক সমিতি গঠন :


প্ৰায় চাৰি টা বৰ্ষৰ পাছত বিহালী সমষ্টি ৰাংছালীৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষা গৃহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিহালী আঞ্চলিক সমিতি খন গঠন কৰা হয়৷
সমিতিৰ খনৰ
সভপতি হিচাপে পল্লৱ বৰুৱা
সম্পাদক জিন্তু দাস
সহকাৰি সাধাৰণ সম্পাদক মানস প্ৰতিম হাজৰিকা নিলকমল বনিয়া ,
সাংগঠনিক সম্পাদক ভৈৰৱ দাস,
হেমন্ত দাস ,
জ্ঞানদীপ বৰুৱা ,
দিপজ্যোতি দাস,
বিধান বনিয়া ,
প্ৰছাৰ সম্পাদক তুল তুল দাস ,পলাশ দাস,জিংকু বৰুৱা, প্ৰাঞ্জল
সংস্কৃতিক সম্পাদক মৰম জ্যোতি হাজৰিজা,
বৃত্ত সম্পাদক নয়ন দাস,
সদস্যপদ হেমন্ত দাস, গিতৰঞ্জন দাস , সৌৰব বৰুৱা ,পংকজ দাস ,
প্ৰখ্যাত দাস ,ৰঞ্জিত দাস, শংকৰ দেৱ দাস ,বিতুমনি দাস ,মৃণাল বৰুৱা ,মনুজ দাস, লিন্তু হাজৰিকা সহ ২৮ জনীয়া এখন সবল সমিতি গঠন হয়।


উক্ত সভাত উপস্থিত থাকে অসম জাতীয়তা বাদী যুৱ ছাত্র পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমল জিৎ দত্ত , বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা পুতুল দাস, পশ্চিম ছয়দুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণু সন্দিকৈৰ লগতে সংগঠনটোৰ বিষয় ববিয়া সকল ।

- Advertisement -

Hot this week

10 Outfits Inspired by Famous Works of Art are Auctioned in London

Find people with high expectations and a low tolerance...

New Technology Will Help Keep Your Smart Home from Becoming Obsolete

Find people with high expectations and a low tolerance...

Pixar Brings it’s Animated Movies to Life with Studio Music

Find people with high expectations and a low tolerance...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

Things to Look For in a Financial Trading Platform Environment

Find people with high expectations and a low tolerance...

Topics

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Luxmi Group Reinforces Its Commitment to National Service

Guwahati, 12 May, 2025: Proudly rooted in heritage and driven...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

Related Articles

Popular Categories

Assam
clear sky
28 ° C
28 °
28 °
68 %
1.2kmh
7 %
Thu
37 °
Fri
37 °
Sat
27 °
Sun
33 °
Mon
32 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds