জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিহালী আঞ্চলিক সমিতি গঠন :

 

 

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিহালী আঞ্চলিক সমিতি গঠন :


প্ৰায় চাৰি টা বৰ্ষৰ পাছত বিহালী সমষ্টি ৰাংছালীৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষা গৃহত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিহালী আঞ্চলিক সমিতি খন গঠন কৰা হয়৷
সমিতিৰ খনৰ
সভপতি হিচাপে পল্লৱ বৰুৱা
সম্পাদক জিন্তু দাস
সহকাৰি সাধাৰণ সম্পাদক মানস প্ৰতিম হাজৰিকা নিলকমল বনিয়া ,
সাংগঠনিক সম্পাদক ভৈৰৱ দাস,
হেমন্ত দাস ,
জ্ঞানদীপ বৰুৱা ,
দিপজ্যোতি দাস,
বিধান বনিয়া ,
প্ৰছাৰ সম্পাদক তুল তুল দাস ,পলাশ দাস,জিংকু বৰুৱা, প্ৰাঞ্জল
সংস্কৃতিক সম্পাদক মৰম জ্যোতি হাজৰিজা,
বৃত্ত সম্পাদক নয়ন দাস,
সদস্যপদ হেমন্ত দাস, গিতৰঞ্জন দাস , সৌৰব বৰুৱা ,পংকজ দাস ,
প্ৰখ্যাত দাস ,ৰঞ্জিত দাস, শংকৰ দেৱ দাস ,বিতুমনি দাস ,মৃণাল বৰুৱা ,মনুজ দাস, লিন্তু হাজৰিকা সহ ২৮ জনীয়া এখন সবল সমিতি গঠন হয়।


উক্ত সভাত উপস্থিত থাকে অসম জাতীয়তা বাদী যুৱ ছাত্র পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমল জিৎ দত্ত , বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা পুতুল দাস, পশ্চিম ছয়দুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণু সন্দিকৈৰ লগতে সংগঠনটোৰ বিষয় ববিয়া সকল ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.