চি.আৰ.পি.এফ.ৰ ৩০ তম্ বেটেলিয়ন দ্বাৰা ষ্ট্ৰীট লাইট প্ৰদান:

 

চি.আৰ.পি.এফ.ৰ ৩০ তম্ বেটেলিয়ন দ্বাৰা ষ্ট্ৰীট লাইট প্ৰদান:

বিহালী সমষ্টিৰ জৰাবাৰী গাঁৱত আজিদুটা ষ্ট্ৰীট লাইট উদ্বোধন কৰে চি.আৰ.পি.এফ.ৰ ৩০ তম্ বেটেলিয়ন বিষয়াই।

শুক্ৰবাৰে  পূৱা ১০:৩০ বজাত চি.আৰ.পি.এফ.ৰ ৩০ তম্ বেটেলিয়ন বালিপুখুৰী দ্বাৰা প্ৰদান কৰা লাইট দুটা জৰাবী গাৱঁৰ ৰাইজৰ সুবিধা হোৱাকৈ প্ৰদান কৰে চি আৰ পি এফৰ তৰফৰ পৰা ।
ইফালে এই লাইট উদ্বোধনী অনুষ্ঠানটো জৰাবী গাওঁ পঞ্চায়ত সভাপতি লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.