ঘগ্ৰাপাৰত আৰক্ষীৰ বিশেষ অভিযান জব্দ বৃহৎ পৰিমাণৰ ভাং || জব্দ নগদ ১২,৬২০ টকা

যোৱা নিশা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে নিশা ঘগ্ৰাপাৰ চ’কৰ এখন দোকানত অতৰ্কিতে অভিযান চলাই অজিত দাস নামৰ দোকানী জনৰ ঘৰৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ভাং আৰু নগদ ধন।জানিব পৰা মতে নলবাৰীৰ ঘগ্ৰাপাৰত আৰক্ষীয়ে এই অভিযান চলাই ঘগ্ৰাপাৰ চ’কৰ অজিত দাস নামৰ দোকানী এজনৰ ঘৰৰপৰা ৭.৩২ গ্ৰাম ভাং সহ নগদ ধন ১২,৬২০টকা জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে অজিত দাসক আটক কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.