গোৱালপাৰা জিলাত কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণ

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ↵

♦গোৱালপাৰা জিলাত আজি নতুনকৈ চিনাক্ত ১৪১ কৰ’না পজিটিভ ৰোগী ৷

♦জিলাখনত কৰ’না ৰোগীৰ সংখ্যা ৭৫৮ লৈ বৃদ্ধি 

♦জিলাখনত কৰ’নাৰ দ্বিতীয়টো ঢৌত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৭

♦ইতিমধ্যে জিলা প্ৰশাসনে চাৰিটা অঞ্চলক ঘোষণা কৰিছে কনটেইনমেন্ট জ’ন হিচাপে

♦কভি’ড প্ৰট’কল মানি চলিবলৈ ৰাইজক পুণঃ আহ্বান জিলা প্ৰশাসনৰ 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.