গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু: ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায়

 

দেওবাৰে  গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷

ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় উপ-ৰাষ্ট্ৰপতিগৰাকীক ।

অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰাই উপ ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনায়।

3 কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতিগৰাকী  ।

ভেংকায়া নাইডু আদৰণি জনোৱা সময়ত কেইবাগৰাকী মন্ত্ৰী আৰু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।

নাইডুৱে সোমবাৰে পুৱা মেঘালয় ভ্ৰমণৰ বাবে শ্বিলঙলৈ ৰাওনা হ’ব । আনহাতে সেইদিনাই পুনৰ নতুন দিল্লীলৈ উভতি যাব উপ-ৰাষ্ট্ৰপতিগৰাকী ।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.