শেহতীয়া আপডেটঃ

গহপুৰ হাৱাজানত ট্ৰাক সহ ৩১ টা চোৰাং গৰু জব্দ ; চাৰিজনক গ্ৰেপ্তাৰ : 

গহপুৰ হাৱাজানত ট্ৰাক সহ ৩১ টা চোৰাং গৰু জব্দ ; চাৰিজনক গ্ৰেপ্তাৰ : 

অসম খবৰ ,ষ্টাফ ৰিপটাৰ ১৫ জানুৱাৰী ;

হাৱাজান আৰক্ষীয়ে পুৱতি নিশা ১.৩০ বজাত জব্দ কৰে এখন গৰু ভৰ্তি ট্ৰাক ৷জব্দকৃত গৰুভৰ্তি ট্ৰাকখনৰ নম্বৰ AS 22C 4377 ৷ 


বাহনখনৰ পৰা জব্দ হয় ৩১ টাকৈ গৰু ৷
জিল্লুল হক নামৰ গো মাফিয়াৰ নেতৃত্বত নাৰায়ণপুৰৰ ধলপুৰৰ পৰা দৰং অভিমুখে গৈ আছিল ট্ৰাকখন ৷অভিযানৰ সময়ত আৰক্ষীৰ চকুত ধূলি দি ধৃত গো-মাফিয়াটো পলায়ন কৰে যদিও গ্ৰেপ্তাৰ কৰে চাৰিটাকৈ গো সৰবৰাহকাৰী ৷আটকাধীন গো-সৰবহৰাহকাৰী কেইটা ক্ৰমে বিল্লাল আলি(২৪),ছাচদ আলি(২৬) আৰু তুলন্দ বসুমতাৰী(২৩) ৷

জব্দকৃত বাহনখনৰ গৰাকী বিজয় গোস্বামী বুলি জানিবলৈ দিয়ে গাড়ী চালকে আৰু হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তদন্ত অব্যাহত ৰাখিছে৷    

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.