Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

গহপুৰ কাৰিবিলৰ গো শালাত ইটোৰ পিছত সিটো গৰুৰ মৃত্যু

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক কেমেৰা বন্ধ কৰিবলৈ পশু চিকিৎসকৰ নিৰ্দেশ

অসম খবৰ বিশ্বনাথ ২৪ নৱেম্বৰ :

বৃহত্তৰ গহপুৰ কাৰিবিলত থকা একমাত্ৰ শ্ৰী শ্ৰী গংগা গো শালা খনত এতিয়া মৃত্যু হৈছে এটাৰ পিছত আন এটা গৰুৰ।খাদ্যৰ লগতে উপযুক্ত চিকিৎসাৰ অভাৱত তিল তিল কৈ মৃত্যুৰ ক্ষণ গনাৰ লগতে ইতিমধ্যে কেইবাটাও গো ধনৰ মৃত্যু হৈছে। প্ৰায় ৫০০ ৰো অধিক গো ধন থকা গোশালা খন ধ্যান ফাউণ্ডেচন নামৰ এটি সংস্থাৰ উদ্যােগত চোৱা চিতা কৰা হয়।

গো ধনৰ মৃত্যু হোৱাৰ লগতে বেমাৰত ভুগি চিৎকাৰ কৰি থকা গো ধন সমূহৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাতে গো শালাখনৰ চিকিৎসক গৰাকীয়ে বাতৰি সংগ্ৰহত বাধা দিয়ে সাংবাদিকক।আনকি কেমেৰা অফ কৰিবলৈও কয়।

ইয়াৰ পৰা স্পষ্ট হৈছে যে কি চলি আছে গো শালা খনৰ ভিতৰত।কিহৰ বাবে বাতৰি সংগ্ৰহত বাধা প্ৰদাণ কৰিব লগা হ’ল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে প্ৰকৃততে কেনেদৰে চলি আছে গো শালাখন।

কি ৰহস্য আছে বাতৰি সংগ্ৰহত বাধা প্ৰদাণ কৰাৰ।

কিয় গো ধন সমূহক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা নাই।

এনে বহু প্ৰশ্নই এতিয়া আৱৰি ধৰিছে সচেতন জনতাক।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °