কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ

■ ফইজুল হক চৌধুৰী, নলবাৰী:

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ সদৰ চিকিৎসালয় শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ক’ভিড কৰ্তব্যত সেৱাৰত চিকিৎসক, নাৰ্চ, চুপাৰসকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷

কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ

কোভিড মহামাৰীৰ বিৰুদ্ধে নিৰন্তৰ যুঁজখনত আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে ছাত্র সংগঠনটোৱে।
আনহাতে, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই একেটা কাৰ্যসূচীতে চিকিৎসালয়খনত চিকিৎসাধীন ক’ভিড ৰোগীসকলৰ বাবে ফলমূল আগবঢ়ায়৷

কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ

উক্ত কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,নলবাৰী জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মন,সম্পাদক নৱ ডেকা প্ৰমুখ্যে ছাত্ৰনেতা সকলে অংশগ্ৰহণ কৰে।

কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ
কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ
কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ
কোভিডত সেৱা আগবঢ়োৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীক সম্বৰ্ধনা নলবাৰী জিলা আছুৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.