Friday, May 16, 2025
27.3 C
Guwahati

এৰাবাৰীত পৰিণত শিৱসাগৰ নাজিৰা ৰে’লৱে ষ্টেচন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ এবছৰে ৰোৱা নাই কোনো ৰে’ল, দিন হাজিৰা কৰিব লগা হৈছে ষ্টেচনত দোকান দি জীৱন নিৰ্বাহ কৰা দোকানী
■পাৰ্থ প্ৰতিম বৰুৱা, নাজিৰা, অসম খবৰঃ কৰোনা কালতে বন্ধ হৈ পৰা যাত্ৰীবাহী ৰে’লৰ চলাচল বৰ্তমানেও খুলি নিদিয়াৰ পৰিপ্ৰেক্ষিতত নাজিৰা ৰে’লৱে ষ্টেচন সম্প্ৰতি এৰাবাৰীত পৰিণত হৈছে। মাত্ৰ ৪ খন যাত্ৰীবাহী ৰেলৰ ষ্টপেজ থকা ষ্টেচনটোত বিগত এটা বছৰে কোনো ৰে’ল ৰোৱা নাই।

 

কিয়নো ৰাজ্যত এতিয়াও যাত্ৰীবাহী ৰে’লৰ চলাচল মুকলি কৰা হোৱা নাই। তেনেক্ষেত্ৰত যাত্ৰীসকলৰ লগতে ব্যৱসায়ী সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

উক্ত ষ্টেচনৰ সন্মুখত দোকান দি নিজৰ পৰিয়াল পোহপাল দি আহিছিল বহু কেইজনে, বৰ্তমান তেওঁলোকৰ জীৱিকাৰ পথ সলনি কৰি দিন হাজিৰা কৰিব লগা অৱস্থা হৈছেগৈ।

এতিয়া প্ৰশ্ন হয় ৰে’লেৰে অহা যোৱা কৰা যাত্ৰী সকলৰ লগতে স্থানীয় ব্যৱসায়ী সকলৰ সুবিধাৰ্থে চৰকাৰৰ তৰফৰ পৰা এই সমূহ ৰে’লৰ চলাচল কেতিয়া আৰম্ভ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব।

- Advertisement -

Hot this week

The Secret to Your Company’s Financial Health is Very Important

Find people with high expectations and a low tolerance...

অনুপ্ৰৱেশকাৰীৰ বেশত জম্মু-কাশ্মীৰত প্ৰৱেশৰ চেষ্টা কৰিছিল পাকিস্তানী সেনাই

● অপাৰেচন সিন্দূৰৰ বিস্তৃত তথ্য ● অপাৰেচন সিন্দুৰৰ সময়ত ৪০...

A Look at How Social Media & Mobile Gaming Can Increase Sales

Find people with high expectations and a low tolerance...

Moroccan Salmon with Garlic Mayonnaise is Common in Southern Spain

Find people with high expectations and a low tolerance...

Time Management Skills for Success Will Give You 50% More Productivity

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds