এদিনীয়া শীত শিৱিৰ মায়ংখণ্ডত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ মৰিগাঁৱৰ দ্বাৰা

এদিনীয়া শীত শিৱিৰ মায়ংখণ্ডত
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ মৰিগাঁৱৰ দ্বাৰা


প্ৰতিবেদক, মায়ং,১৯ডিচেম্বৰ: স্বাস্থ্য ভালে থাকিলে মন থাকে।মন ভালে থাকিলে কাম কৰা উদ্যম থাকে।

এই কথা আগত ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মৰিগাঁও এদিনীয়া শীত শিৱিৰ মায়ংখণ্ড ত শিক্ষা প্ৰদীপ মাধ্যমিক বিদ্যালয় খোলাগাও অনুষ্ঠিত হয়।

এদিনীয়া শীত শিৱিৰ উপস্থিত আছিল পংকজ ডেকা শাৰীৰিক প্ৰমুখ্য আৰ এছ এছ মৰিগাঁও ,দিনেশ দাস খণ্ড কাযবাহক মায়ং লগতে আৰ এছ এছৰ সদস্য ৰ লগতে বহু শাৰীৰিক প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

আৰ এছ এছৰ সদস্য দিনযোৰা কাৰ্যসূচী ৰে ছাত্ৰ ছাত্ৰী শাৰীৰিক প্ৰশিক্ষণ দিয়া লগতে নৈতিক শাৰীৰিক ব্যায়াম ৰ স্বাস্থ্য সৱল,মন স্থিৰ কৰণ, স্মৃতি শক্তি বৃদ্ধি বিষয়ে জনাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*