Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

উত্তৰ গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্হিত চেম্প বেডমিণ্টন একাডেমী অসমৰ ভিতৰতে এখন অগ্ৰণী বেডমিণ্টন একাডেমী হিচাপে স্বীকৃতি লাভ কৰিছে। বিগত সময়চোৱাত প্ৰশিক্ষক তথা একেডেমীখনৰ প্ৰতিষ্ঠাতা মিঠুন দাসৰ নেতৃত্বত ইয়াতে প্ৰশিক্ষণ লাভ কৰা খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত যঠেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আজি একাডেমীখনত আয়োজিত বেডমিণ্টন প্ৰতিযোগিতাত প্ৰায় শতাধিক খেলুৱৈ অংশ গ্ৰহণ কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে। আজি প্ৰতিযোগিতাৰ ফলাফল সমূহ যথাক্ৰমে

৭ বছৰ অনুৰ্ধৰ শাখাত প্ৰথম কিয়ান হাজৰিকা, দ্বিতীয় অনুক্ৰিতি দাস, ৯ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত প্ৰথম প্ৰত্যুষ দাস, দ্বিতীয় কাব্যম নাথ, ১১ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত প্ৰথম মৃন্ময় বসুমতাৰী, দ্বিতীয় হাৰ্দিক চাংকাকতী, ১১ বছৰৰঅনুৰ্ধৰ ছোৱালী শাখাত প্ৰথম প্ৰজ্ঞা এছ বৰুৱা, দ্বিতীয় কৰ্মীষ্ঠা বড়ো ১৩ বছৰ অনুৰ্ধ ল’ৰা প্ৰথম ময়ুৰেশ দত্ত, দ্বিতীয় গুমচেঙ বুঢ়াগোঁহায়, ১৩ অনুৰ্ধ ছোৱালী প্ৰথম মাৰিষা বড়ো,দ্বিতীয় হিমাশ্ৰী প’ল, ১৫ বছৰ অনুৰ্ধ ল’ৰা বিজয়ী ৰেয়ান দাস, ১৫ বছৰ অনুৰ্ধ ছোৱালী বিজয়ী কৃতিকা তামূলী।

প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ছোৱালী শাখাত কৃতিকা তামূলী, ল’ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ময়ুৰেশ দত্তই। বিজয়ী খেলুৱৈসকল বঁটা প্ৰদান কৰে বঙাইগাঁও জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ, বিশিষ্ট খেলুৱৈ ক্ৰীড়া সংগঠক মুকুটেশ্বৰ গোস্বামী, অসম অলিম্পিক সন্থাৰ সদস্য কৰুণা শইকীয়া, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সদস্য মনোজ দাস, প্ৰশিক্ষক মিঠুন দাস, ছায়া বৰদলৈ, উৎপল মহন্ত প্ৰমুখ্যে বিশিষ্ট খেলুৱৈসকলে।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °