31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    আসন বৃদ্ধিৰ দাবীত নলবাৰীৰ মহাবিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান NSUI ৰ

    ■ আজি নলবাৰীৰ দুখন প্ৰধান মহাবিদ্যালয় নলবাৰী কলেজ আৰু মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অসম ৰাজ্যিক এন এছ ইউ আইয়ে নলবাৰী জিলা এন এছ ইউ আইৰ সহযোগত আসন বৃদ্ধি দাবী কৰিছে।

    ৫০ শতাংশতকৈ কম নম্বৰ লাভ কৰি উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলৰ নামভৰ্তিৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ দাবীত দুখন মহাবিদ্যালয়ৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে।

    উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক NSUI ৰ সভাপতি কৃষানু বৰুৱা, অসম ৰাজ্যিক NSUI ৰ সাধাৰণ সম্পাদক আছিফ আহমেদ, অসম ৰাজ্যিক NSUI ৰ উপ সভাপতি তনভি তানজুম, অসম ৰাজ্যিক NSUI ৰ সমন্নয়ক তুষাৰ আলী আৰু নলবাৰী জিলা NSUI ৰ প্ৰাক্তন সম্পাদক ৰিচি আহমেদৰ লগতে কৰ্মকৰ্তা সকল।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.