স্থানীয় সংবাদঃ

১২ নৱেম্বৰত শৰণীয়া আশ্ৰমত অমলপ্ৰভা দাসৰ ১১৩ সংখ্যক জন্মদিৱসত বঁটা প্ৰদান অনুষ্ঠান

November 10, 2024 0

গুৱাহাটী: গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত অহা ১২ নৱেম্বৰত প্রয়াত অমলপ্রভা দাসৰ ১১৩ সংখ্যক জন্ম দিৱস পালনৰ আয়োজন কৰা হৈছে। উদ্যোক্তা সকলৰ হৈ সৰ্বোদয় ট্ৰাষ্ট, গুৱাহাটীৰ […]

বিহালী সমষ্টিৰ ৰাইজৰ বাবে কেজৰিৱালৰ ৫ টা গেৰাণ্টি

November 10, 2024 0

● ভোট আপোনাৰ, গেৰাণ্টি পূৰণৰ দায়িত্ব আমাৰ ● কংগ্ৰেছ-বিজেপিক একেটা মুদ্ৰাৰ ইপিঠি- সিপিঠি আখ্যা মনোজ ধানোৱাৰৰ গুৱাহাটী– বিহালীৰ আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ […]

গাড়ীগাঁও শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰত ভাগৱত পাঠৰ অনুষ্ঠান

November 10, 2024 0

জালুকবাৰী : গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰৰ সৌজন্যত অহা ১৫ নবেম্বৰত পৱিত্ৰ ৰাস পূৰ্ণিমা তিথি উপলক্ষে এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৪৭ সংখ্যক […]

অসম মহিলা অভিযন্তা সন্থাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন

November 10, 2024 0

অভিযান্ত্ৰিকৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান গুৱাহাটী: অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ ষষ্ঠদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি […]

আই এছ এলত দ্ৰুত ১০ টা গল আলাউদ্দিনৰঃ নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ’

November 10, 2024 0

বেংগালুৰু এফ চিঃ ২ [এলবাৰ্ট ১১ মিনিট, উইলিয়ামছ ৭০ মিনিট] নৰ্থ ইষ্ট ইউনাইটেডঃ ২ [আলাউদ্দিন ৯, ১৫ মিনিট] বেংগালুৰুঃ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত গলৰ […]

Positive Stories

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

February 14, 2024 0

২০২৪ৰ জে ই ইৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে jeemain.nta.ac.in ৱেবচাইটত গৈ ফলাফল চাব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছ যে, ২৩ গৰাকী শিক্ষাৰ্থীয়ে […]

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

September 15, 2023 0

বিশ্বনাথ চাৰিআলিৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ: এতিয়াৰ পৰা বিশ্বনাথতে শিক্ষাৰ্থী সকলে লাভ কৰিব পাৰিব BANKING,APSC,SSC,RAILWAY ইত্যাদিৰ উৎকৃষ্ট মানদণ্ডৰ প্ৰশিক্ষণ। বিশ্বনাথ চাৰিআলি ১৪ ছেপ্টেম্বৰ উপযুক্ত সম্পদ ব্যৱহাৰ […]

Advertisment

English News

লেখনি বিচৰা হৈছেঃ

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস

This will close in 20 seconds