অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত  পূৰ্ণ  হাজৰিকা বাসগৃহ বিধায়ক ৰঞ্জিত দত্ত : শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিধায়ক ৰঞ্জিত দত্ত :

 

বিহালী সমষ্টিৰ ৰাংছালী গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ হাজৰিকা আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বিধায়ক ৰঞ্জিত দত্তই।
ইফালে বৃস্হপতি বাৰে বিধায়ক ৰঞ্জিত দত্ত উপস্থিত হয় প্ৰয়াত হাজৰিকা বাসগৃহত।


উপস্থিত হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে
শোকসন্তপ্ত পৰিয়ালৰ সৈতে একাত্ম হৈ এষাৰি সান্তনাৰ বাণীৰে সাহস দিয়াৰ প্ৰয়াস কৰা ওপৰিও পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে।
বিধায়ক গৰাকী লগত সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, ভাৰতীয় জনতা পাৰ্টীৰ অনূসুচীত জাতি মৰ্চাৰ জিলা সম্পাদ অৰূপ কুমাৰ দাস। আনহাতে বিহালী লোক প্ৰিয় হাইস্কুলৰ তৰফৰ পৰা ও এটা শিক্ষক গোটৰ লগতে কৰ্মচাৰী সকল উপস্থিত হৈ প্ৰয়াত হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই গভীৰ শোক প্ৰকাশ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.