Friday, May 16, 2025
27.3 C
Guwahati

অসম চাওঁতালী সাহিত্য পৰিষদৰ শোণিতপুৰ জিলা সমিতি গঠনৰ সভা 

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

ৰমেশ চন্দ্ৰ চৰেণ ,২ অক্টোবৰ :

শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ১৮ মাইল কৃষ্ণ মন্দিৰ ভৱনত অসম চাওঁতালী সাহিত্য পৰিষদৰ সভাখন বিশিষ্ট সমাজকৰ্মী শিৱ মাৰ্ডিৰ সভাপতিত্বত আৰু অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ কৰ্ণেশ্বৰ বেশ্ৰাই আঁত ধৰা ক্ৰমে চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক , আৰ্থসামাজিক তথা কলা কৃষ্টি সংস্কৃতিৰ লগতে সাহিত্য বিষয়ক আলোচনা কৰা হয় ৷

লগতে সাংগঠনিক দিশৰ ওপৰতো আলোকপাত কৰে ৷ সাহিত্য তথা শৈক্ষিক দিশৰ উপৰিও জনগোষ্ঠীটোৰ বিভিন্ন জ্বলন্ত সমস্যাদি সমাধানৰ কল্পে কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷

এই সভাতেই অসম চাওঁতালী সাহিত্য পৰিষদৰ শোণিতপুৰ জিলা সমিতিখন গঠন কৰা হয় ৷ সভাপতি হিচাবে ধৰ্মকান্ত মুৰ্মুক সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰাৰ লগতে উপসভাপতিৰ পদত সন্তোষ মুৰ্মু , সাধাৰণ সম্পাদকৰ পদত বীৰেন বেশ্ৰা সহকাৰী সম্পাদক আৰু সাংগঠনিক সম্পাদক তথা প্ৰচাৰ সম্পাদকৰ পদত ক্ৰমে লালেশ্বৰ চৰেণ , বোধৰাম মুৰ্মু আৰু বিষ্ণু চৰেণক মনোনিত কৰি ২১ জনীয়া বিষয়ববীয়া তথা সদস্য সদস্যাভুক্তিৰে পুৰ্ণাংগ পৰ্যায়ৰ জিলা সমিতিখন গঠন কৰা হয় ৷

সভাত অসম চাওঁতালী সাহিত্য পৰিষদৰ সভাপতি ডম্বৰুধৰ চৰেণ , সহকাৰী সম্পাদক বিজয় টুডুৰ লগতে বিশিষ্ট সমাজকৰ্মী দেবেন হেমৰম , বোধন মুৰ্মুৰ উপৰিও কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷ সভাত প্ৰায় শতাধিক লোক উপস্থিত থকা বুলি জানিব পৰা গৈছে ৷

 

- Advertisement -

Hot this week

Home Automation for Beginners: Smart Devices You Can Buy Right Now

Find people with high expectations and a low tolerance...

Travel the World on a Budget and Don’t Miss the Most Popular Destinations

Find people with high expectations and a low tolerance...

Cover Girl Announces Star Shine Makeup Line is Due for Next December

Find people with high expectations and a low tolerance...

ঢেঁকীশালৰ চকুলো 🖋️ হিমাংশু গগৈ

পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল...

Celebrity Make-up Artist Gary Meyers Shows you His Beauty Tricks

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds