অসম খবৰ📡Live Update

■ ষ্টাৰ্টআপ সংস্কৃতি সৰু চহৰলৈ সম্প্ৰসাৰিত হৈছে যি এক উজ্জ্বল ভৱিষ্যতৰ ইংগিত: প্ৰধানমন্ত্ৰী মোডী
■ আফগান ৰাজধানী কাবুলত ৰকেট আক্ৰমণত ছয়জন নাগৰিক নিহত; আমেৰিকাই আই এছ আই এছ-কে আত্মঘাতি বোমাৰু কঢ়িয়াই নিয়া বাহনৰ ওপৰত ড্ৰোন আক্ৰমণ চলাইছে
■ চৰকাৰে ভাৰতৰ পৰা অহা-যোৱা কৰা আন্তৰ্জাতিক অনুসূচীত বাণিজ্যিক যাত্ৰীবাহী বিমান৩০ ছেপ্টেম্বৰলৈ স্থগিত ৰখাৰ সময় বৃদ্ধি কৰিছে
■কেৰালাত কোভিডৰ ঘটনা তীব্ৰ হাৰত বৃদ্ধি হোৱাৰ পিছত কেৰালাই আজি নিশাৰ পৰা কাৰফিউ জাৰি কৰিব
■টকিঅ’ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিংত ভাৰতৰ অৱনী লেখাৰাৰ স্বৰ্ণ পদক লাভ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.