অসমত পুনৰ ২৯৮জন কোভিড পজিটিভ, ৭জনৰ মৃত্যু…

 

অসমত পুনৰ ২৯৮জন কোভিড পজিটিভ, ৭জনৰ মৃত্যু…

অসমত পুনৰ ২৯৮জন কোৰোনাত আক্ৰান্ত।

ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ’ৰ, ৩৪জন যোৰহাটৰ, ১৭জন কামৰূপ গ্ৰাম্য আৰু লখিমপুৰৰ ১৪জন।

বৰ্তমানলৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৬৭৬৬জনলৈ পাইছে বৃদ্ধি। সোমবাৰৰ দিনটোত সুস্থ হয় ২৬৬জন লোক।

আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭জনৰ মৃত্যু।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.