অনিশ্চিয়তাত মাজুলীৰ ৰাস মহোৎসৱ অসন্তুষ্ট মাজুলী বাসী :

 

চৰকাৰৰ নতুন SOP ক লৈ বিপাঙত পেলাইছে মাজুলী বাসীক :

শিশু অবিহনে আধৰুৱা ৰাস মহোৎসৱ।
SOP ক লৈ অসন্তুষ্ট মাজুলী বাসী।
ৰাসৰ SOP শিথিল কৰাৰ আহ্বান চৰকাৰক।
ৰাস মহোৎসৱ সমাগত, ৰাজ্যৰ ভিন্ন স্থানত ৰাসক লৈ ব্যাপক প্ৰস্তুতি। সত্ৰ নগৰী মাজুলীটো ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে।
এই সময় ছোৱাত চৰকাৰৰ প্ৰণয়ন কৰা নতুন sop য়ে বিপাঙত পেলাইছে মাজুলী বাসীক।

ৰাস সম্প্ৰকে প্ৰকাশ কৰা Sop ক লৈ সম্প্ৰতি মাজুলীত এক প্ৰকাৰ যেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শিশু সকলৰ মাজত আনন্দ ম্লান হৈ পৰিছে ।  

মাজুলীৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.