31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অখিল গগৈ পুনৰ জে’ললৈ যাব নেকি ?অখিল গগৈ অসমৰ সংবাদ মাধ্যমৰ বাবে খাদ্য বিধায়ক জয়ন্ত মল্লৱ বৰুৱা : Video

    অখিল গগৈ পুনৰ জে’ললৈ যাব নেকি ?
    অখিল গগৈ অসমৰ সংবাদ মাধ্যমৰ বাবে খাদ্য
    বিধায়ক জয়ন্ত মল্লৱ বৰুৱা :

    অখিল গগৈ অসমৰ সংবাদ মাধ্যমৰ বাবে খাদ্য বা খোৰাক হ’ব পাৰে শিৱসাগৰ বিধায়ক অখিল গগৈ।
    কিন্তু অসমৰ ৰাইজৰ বাবে অখিল গগৈৰ কোনো হিচাপ নাই।
    সংবাদ মাধ্যমে অখিল গগৈক দেখুৱাব বাদ দিলে অসমৰ ৰাইজে অখিল গগৈক পাহৰি যাব বুলি
    অখিল গগৈক কটাক্ষ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

    অখিল গগৈয়ে চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জে’লত যাৱ লাগিব।
    অখিল গগৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৮ বিঘা মাটি বেদখল কৰি অৰ্কিড উদ্যান নিৰ্মাণ কৰিছে ।
    অখিলৰ দৰে মানুহক ২মিনিটত জে’লত পঠাব পাৰি ।

    অৱশ্যে
    অখিল জে’লত থকা জে’লৰ বাহিৰত থকাৰ একো ভেলু নাই । অখিলক বিধায়ক বনাই শিৱসাগৰ মানুহ পস্তাই আছে ।অখিলক এইদৰে আজি আক্ৰমণৰ লক্ষ্য কৰি লয় বিধায়ক তথা মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ।

    নলবাৰীৰ ফইজুল হক চৌধুৰী

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.